Tumare Morom ( তোমাৰ মৰম ) lyrics | Shon Raaj | Nilav Nita

Tumare Morom তোমাৰ মৰম ) lyrics | Shon Raaj | Nilav Nita


Tumar morom lyrics: This is an Assamese song sing by Shon Raaj & Nilav Nita. Lyrics written by Pranab Dutta and the tune or composition also done by Pranab Dutta. Music is given by Pol Pathori. Mix & Mustard by Koustav Saikia.

Song Cradit:-

Singer - Shon Raaj & Nilav Nita

Lyrics/Tune/Composition - Pranab Dutta

Recitation - Pranab Dutta

Music - Pol Pathori

Mix-Mustard - Koustav Saikia


Tumare Morom ( তোমাৰ মৰম ) lyrics

তোমাৰে মৰম পাবলে

জীয়াই আছোঁ ম‌ই সচাঁকে

কেতিয়া কৈনো তোমাক পাম

সঁচাই কাষৰতে


তোমাকে মৰম দিবলে

ৰৈ আছো ম‌ই তোমালে

কেতিয়াকৈনো তোমাক পাম

সঁচাই কাষৰতে

দিবানে মৰম তুমি

খং, অভিমান কৰি

থাকিবানে তুমি মোৰে কাষত বহি

দিবানে মৰম তুমি

খং, অভিমান কৰি

থাকিবানে তুমি মোৰে কাষত বহি


খং কৰিলেও

অভিমান ম‌ই নকৰোঁ

তোমাৰে কাষলে সদায়

যাব বিচাৰোঁ


খং নকৰিবা

অভিমান নকৰিবা

মোৰেনো কাষতে সদায়

বহি থকিবা


অ অ মনত পৰে সদায়

তোমাৰ ছবি

থাকিব নোৱাৰোঁ ম‌ই

তোমাকে এৰি

মনত পৰে সদায়

তোমাৰ ছবি

থাকিব নোৱাৰোঁ ম‌ই

তোমাকে এৰি


তোমাক ললোঁ দলিছাতে

আলেফুলে কৈ

মৰম দি উপচাম তোমাক

কলিজাতে লৈ

ৰৈ ৰৈ চাওঁ ম‌ই দূৰণিৰ পৰাই

ওচৰ চাপি আহিলে বুকু খন উচপ খাই

ৰৈ ৰৈ চাওঁ ম‌ই

ৰৈ ৰৈ চাওঁ ম‌ই

ৰৈ ৰৈ চাওঁ ম‌ই

ধন্যবাদ !!!



Post a Comment

0 Comments