Biya Geet Lyrics (যোৰোন আহি ৰৈ আছে) - Assamese Wedding Song Lyrics

Biya Geet Lyrics (যোৰোন আহি ৰৈ আছে) - Assamese Wedding Song Lyrics

Biya Geet Lyrics - Assamese Wedding Song Lyrics


Biya Geet Lyrics Assamese which is sung in Assamese Wedding. This is an Assamese Culture. photo click by Jitul

যোৰোন আহি ৰৈ আছে এদৰোগৈ ওলোৱা

ধূপ ধূনা জ্বলোৱা

ধূপ ধূনা জ্বলোৱা

যোৰোন আহি ৰৈ আছে এদৰোগৈ ওলোৱা

ধূপ ধূনা জ্বলোৱা

ধূপ ধূনা জ্বলোৱা

যোৰোন আহি ৰৈ আছে এদৰোগৈ ওলোৱা

(সকলোৱে 4 বাৰ পুনৰাবৃত্তি কৰে)


সংগীত


ৰামৰে যোৰনি পালেহি বিয়লি

আছে কলৰ তলত ৰৈয়ে হে

হাটতে শৰাই লৈ যোৱা আইদেউ ৰ মাক হে

বিয়নীক আদৰা গৈয়ে হে


ৰামৰে যোৰনি পালেহি বিয়লি

আছে কলৰ তলত ৰৈয়ে হে

হাটতে শৰাই লৈ যোৱা আইদেউ ৰ মাক হে

বিয়নীক আদৰা গৈয়ে হে

(সকলোৱে 2 বাৰ পুনৰাবৃত্তি কৰে)

উৰুলি উৰুলি


আহিছে যোৰোন বহিছে বাদত

আইদেউ শুই আছে গৈ আইৰ সাতত

আহিছে যোৰোন বহিছে বাদত

আইদেউ শুই আছে গৈ আইৰ সাতত


লাহে লাহে কৰি আইয়ে জগাই

উঠাচোন মাজনি যোৰোন পিন্ধাই

লাহে লাহে কৰি আইয়ে জগাই

উঠাচোন মাজনি যোৰোন পিন্ধাই


সংগীত


আগৰ খন ভাৰটে অঅ মন তৰা কি 

আনিছা অঅ মন তৰা

সমাজৰ আগতে থোৱা মন তৰা 

যোৰোন লৈ আহিছে অযোধ্যাৰ পৰা


পাছৰ খন ভাৰটে ও মন তৰা

কি কি আনিছা ও মন তৰা

ৰভা ৰে তলতে থোৱা মন তৰা

যোৰোন লৈ আহিছে অযোধ্যাৰ পৰা

যোৰোন লৈ আহিছে অযোধ্যাৰ পৰা


উৰুলি উৰুলি উৰুলি উৰুলি


দবা শংখ বজোৱা

দবা শংখ বজোৱা 

বিওনি য়ে বিয়নিক

মৰল ৰ আগত বহুৱা


ধন্যবাদ


Jurun ahi roi ase adorugoi uluwa

Dhup Dhuna joluwa

Dhup dhuna joluwa

Jurun ahi roi ase adorugoi uluwa


Dhup Dhuna joluwa

Dhup dhuna joluwa

Jurun ahi roi ase adorugoi uluwa  

(Everyone 4 times repeat)


MUSIC

Ram re jononi pale hi bioli

Ase  kolor tolot roi ye he

Hatote khorai loi juwa aideou or mak he

Bionic adora goiye he


Ram re jononi pale hi bioli

Ase  kolor tolot roi ye he

Hatote khorai loi juwa aideou or mate

Bionic adora goiye he

(Everyone 2 times repeat)

Uruli uruli

 

Ahise jurun bohise badot

Aideou khui ase goi aire khatot

Ahise jurun bohise badot

Aideou khui ase goi aiyr khatot


Lahe lahe kori aiye jogai

Uthasun majoni  jurun pindhai

Lahe lahe kori aiye jogai

Utha sun majoni  jurun pindhai

MUSIC


Agor khon varote oo mon tora

 ki ki anisha oo mon tora

Khomaj or agote thuwa mon tora

Jurun loi ahise ajudhya r pora


Pasor khon varote oo mon tora

ki ki anisa oo mon tora

 Rova re tolote thuwa mon tora

Jurun loi ahise ajudhya r pora

Jurun loi ahise ajudhya r pora

Uruli Uruli Uruli Uruli


Doba khonkho bojuwa

Doba khonkho bojuwa

Bioni ye bionic morol or agot bohuwa


 Thank You For Visit Us

Post a Comment

0 Comments