Milonor Muruli ( মিলনৰ মুৰুলী) lyrics|Zubeen Garg|Zublee Baruah
| Assamese Song
song credit:
Singers: Zubeen Garg & Zublee Baruah
Composition and Music: Dorxon
Lyrics: Danish
Strokes Design: Sanu Dhar
Classical Guitars: Partha Mudoi
Bass: Hrittik Baishya
Flute: Nibir Dev Sarma & Dilip Hira
Percussions: Gitartha Pratim Bhuyan
Mixed and Mastered: Dorxon
Composition and Music: Dorxon
Lyrics: Danish
Strokes Design: Sanu Dhar
Classical Guitars: Partha Mudoi
Bass: Hrittik Baishya
Flute: Nibir Dev Sarma & Dilip Hira
Percussions: Gitartha Pratim Bhuyan
Mixed and Mastered: Dorxon
Milonor Muruli (মিলনৰ মুৰুলী) lyrics
কি ৰঙে ৰূপে মনৰ নাচোনতে
নূপুৰ বাজিছে আজি
মোৰ কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
মিলনৰে মুৰুলী মোৰ
বেদনাতে দূৰলে সুৰিয়া তুমি
বুকুৰ আপোন
লাজুকী ওৰনিতে জোন
জিলিকি ৰোৱা ভনী
শাৰদী ৰাতি চকুলো কৰুণ
বাদ্যযন্ত্ৰ
সোণ থমকি ৰয় পোহৰ যাতনা খিচি
খোজ পদূলি তে ৰিঙা মেলিছো আহি
মৰমৰে আকৰ তুমি পৃথিৱী
পলকতে দূখৰ চাদৰে ধাকি
যোৱা বাতে বিদায় বিলোৱা
আলসুৱা মিচা যেন সপোন
কি ৰঙে ৰূপে মনৰ নাচোনতে
নূপুৰ বাজিছে আজি
মোৰ কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
ধন্যবাদ

0 Comments