Krishna Kanu ( কৃষ্ণ কানু ) Lyrics- Neel Akash || Bhoktimulok Geet
Krishna Kanu ( কৃষ্ণ কানু ) Lyrics
আলাপ: অ কৃষ্ণ কানু
ক'তে চৰাই ধেনু
আজি কিয় শুনা নাই শুললিত বেনু
বাদ্যযন্ত্ৰ
অঅ
অ কৃষ্ণ কানু
ক'তে চৰাই ধেনু
আজি কিয় শুনা নাই শুললিত বেনু
যশোৱাজননী তোমাৰ আছে বাট চাই
কেতিয়া আহিব কানাই গো-ধেনু চৰাই
শ্যাম কানু
বজোৱা বজোৱা মোহন বেনু
বজোৱা বজোৱা মোহন বেনু
অ কৃষ্ণ কানু
ক'তে ছৰাই ধেনু
আজি কিয় শুনা নাই শুললিত বেনু
যশোৱাজননী তোমাৰ আছে বাট চাই
কেতিয়া আহিব কানাই গো-ধেনু চৰাই
শ্যাম কানু
বজোৱা বজোৱা মোহন বেনু
বজোৱা বজোৱা মোহন বেনু
বাদ্যযন্ত্ৰ
শূণ্য ভৈল বৃন্দাবন
শূণ্য গীৰি গোবৰ্ধন
শূণ্য ভৈল বৃন্দাবন
শূণ্য গীৰি গোবৰ্ধন
শূণ্য ভৈল যমুনাৰ তীৰ
শূণ্য ভৈল যমুনাৰ তীৰ
পশু- পক্ষি তৰু- তৃণ সবে বিমৰ্ষিত মন
পশু- পক্ষি তৰু- তৃণ সবে বিমৰ্ষিত মন
কতে আছা তুমি শ্যাম কানু
শ্যাম কানু
বজোৱা বজোৱা মোহন বেনু
বজোৱা বজোৱা মোহন বেনু
অ কৃষ্ণ কানু
ক'তে চৰাই ধেনু
আজি কিয় শুনা নাই শুললিত বেনু
যশোৱাজননী তোমাৰ আছে বাট চাই
কেতিয়া আহিব কানাই গো-ধেনু চৰাই
শ্যাম কানু
বজোৱা বজোৱা মোহন বেনু
বজোৱা বজোৱা মোহন বেনু
আলাপ: অঅ নন্দেৰ কানাই কিয় অহা নাই
কান্দিছে নন্দ ৰাণী পদূলি লে চাই
বাদ্যযন্ত্ৰ
ৰুহিণী যশোৱাই কান্দে পদূলি লৈ চাই
পদূলি লৈ চাই
আছি কিয় অহা নাই কানৰ যদুৰায়
ৰুহিণী যশোৱাই কান্দে পদূলি লৈ চাই
পদূলি লৈ চাই
আছি কিয় অহা নাই কানৰ যদুৰায়
বাদ্যযন্ত্ৰ
ব্যাঘৰ সব্বে বীৰাজীত বৃন্দাবন ৰ মাজে
বৃন্দাবন ৰ মাজে
নিলে নেকি হৰি বাচা
কংসৰ অনুশ্বৰে
কংসৰ অনুশ্বৰে
ৰুহিণী যশোৱাই কান্দে পদূলি লৈ চাই
পদূলি লৈ চাই
আছি কিয় অহা নাই কানৰ যদুৰায়
আছি কিয় অহা নাই কানৰ যদুৰায়
আছি কিয় অহা নাই কানৰ যদুৰায়

0 Comments