Ebarole Huwana Mur (এবাৰলে হোৱা না মোৰ) Lyrics - Raj Deep

Ebarole Huwana Mur (এবাৰলে হোৱা না মোৰ) Lyrics - Raj Deep


Ebarole Huwana Mur (এবাৰলে হোৱা না মোৰ) is an Assamese song and this song is sung by Raj deep and Lyrics written by Raj Deep & Himanshu Sonolwa is an Assamese song by Raj DeepEbarole Huwana Mur Song's music is given by Samiran Saikia.

Singer: Raj Deep

Lyrics- Raj Deep /Himanshu Sonolwa

Music- Samiran Saikia

Mix mastaring- Nilutpal Xobdo

এবাৰলে হোৱা না মোৰ Lyrics

আকিঁ দিলা দুচকুতে স্নিগ্ধ অশ্ৰুৰ বান্ধ

কলিজাৰে দৰিয়াতে বিষাদ ৰে উযান

সানি দিলা হৃদয়তে মোৰ কিনো আভিমান

ষ্মৃতিৰে পাপৰি তে অৱসাদ ৰে গান

কোমলিয়া হিয়াতে দহে বিষাদৰলে

কলিয়া মেঘৰ সিপাৰে বিচাৰো তোমাকে

দিয়া না তুমি হৃদয়তে মোৰ মৰমৰে পানশৈ মেলি

কোৱা না তুমি মোক সাবতি ম‌ই তোমাৰে হয় বুলি

ম‌ই আছো মাথোঁ তোমালৈ ৰৈ

এবাৰলে হোৱা না মোৰ

দুবাহুতে ৰোৱা হি চোন

মোৰ মন আকাশতে তুমি

পূৰ্ণিমাৰে হোৱা না জোন

এবাৰলে হোৱা না মোৰ

সজোৱা না সপোন বোৰ

ৰিক্ত মোৰ বুকুতে তুমি

পৰানৰে হোৱানা সুৰ

বাদ্যযন্ত্ৰ 🎶

মোক এজাক বতাহ লাগে

যত তোমাৰ সুৱাস আহে

মোক এপাহ গোলাপ লাগে 

যত তোমাৰ পৰশ থাকে

নাই তুমি কাষতে আজি

প্ৰনয়ৰে ৰঙ সানিবলে 

আছে মাথো সোঁৱৰণী বোৰ

জিলীকা মোৰ দুচকুতে 

চোৱা না তুমি আহি মোক এবাৰ

আছোঁ কিদৰে ম‌ই আজি

ৰোৱা না তুমি মোক আজুৰি

দুহাততে হাত ধৰি

ম‌ই আছোঁ মাথোঁ তোমালৈ ৰৈ ৰৈ

এবাৰলে হোৱা না মোৰ

দুবাহুতে ৰোৱা হি চোন

মোৰ মন আকাশতে তুমি

পূৰ্ণিমাৰে হোৱা না জোন

এবাৰলে হোৱা না মোৰ

সজোৱা না সপোন বোৰ

ৰিক্ত মোৰ বুকুতে তুমি

পৰানৰে হোৱানা সুৰ

বাদ্যযন্ত্ৰ 🎶


Ebarole Huwana Mur Lyrics

Aki Dilo Dusokute Snnigdha Oxrur Bandh

Kalijare Doriyate Bikhadore Ujan

Khani Dila Hriday O Te Mor Kino Abhiman

Smriti Re Papori Te Obokhad Re Gaan

Komoliya Hiyate Dohe Bikhadorle

Kaliya Meghor Khipare Bisaro Tumake

Diya Na Tumi Hriday Te Mor Moromre Panchoi Meli

Kouwa Ne Tumi Mok Khaboti Moi Tumare Hoi Buli

Moi Asu Mathu Tumaloi Roi

Ebarole Huwa Na Mur

Dubahute Ruwa Hi Sun

Mur Mon Akakhote Tumi

Purnimare Huwa Na Jun

Ebarole Huwa Na Mur

Dubahute Ruwa Hi Sun

Mur Mon Akakhote Tumi

Purnimare Huwa Na Jun

Music 🎶

Muk Ejak Botah Lage

Jot Tumar Khubakh Ahe

Muk Epah Gulap Lage

Jot Tumar Porokh Thake

Nai Tumi Kakhot Te Aji

Pronoy Re Rong Khanibole

Asu Mathu Khuoroni Bur

Jilika Mur Dusokute

Suwa Na Tumi Ahi Muk Ebar

Asu Kidore Moi Aji

Ruwa Na Tumi Muk Ajuri

Duhate Hat Dhori

Moi Asu Mathu Tumaloi Roi Roi

Ebarole Huwa Na Mur

Dubahute Ruwa Hi Sun

Mur Mon Akakhote Tumi

Purnimare Huwa Na Jun

Ebarole Huwa Na Mur

Dubahute Ruwa Hi Sun

Mur Mon Akakhote Tumi

Purnimare Huwa Na Jun

 Music 🎶


THANK YOU!!!

Post a Comment

0 Comments