Amanixa xare ase Lyrics - অমানিশা সাৰে আছে Lyrics- Zubeen Garg
Amanixa xare ase Lyrics: Amanixa Xare ase Lyrics is written by Zubeen garg. Zubeen garg also music and singning Amanixa xare ase song. This song Lyrics is from Superhit Music Album by Zubeen Garg called "RUMAL".
Amanixa xare ase Lyrics Details
| Song | Amanixa Xare Ase |
| Singer | Zubeen Garg |
| Music | Zubeen Garg |
| Lyricits | Zubeen Garg |
Amanixa xare ase Lyrics
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
এটি চগা উৰি আছে
কেনি জ্বলিছে হৃদয়..
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
এটি চগা উৰি আছে
কেনি জ্বলিছে হৃদয়..
নাই শেৱালি নাই
বকুলেও ঋতুলে আছে যে ৰৈ
ফুলি ফলি পাহি সৰা
স্মৃতিয়ে মাঁথো যাতনা বিলাই
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
এটি চগা উৰি আছে
কেনি জ্বলিছে হৃদয়..
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ
দেহ নিথৰ মন জথৰ
দিশহাৰা হৈ চবৰ
চায় ছবিকে হায়
কৰিছো নেদেখা জনক দোহাই
গনি গনি নদী হোৱা
চকুলোৱে যাতে সাগৰ তিয়াই
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
এটি চগা উৰি আছে
কেনি জ্বলিছে হৃদয়..
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
এটি চগা উৰি আছে
কেনি জ্বলিছে হৃদয়..
নাই শেৱালি নাই
বকুলেও ঋতুলে আছে যে ৰৈ
ফুলি ফলি পাহি সৰা
স্মৃতিয়ে মাঁথো যাতনা বিলাই
অমানিশা সাৰে আছে
আৰু সাৰে আছো মই..
হাঁহি সাঁথৰ চকু বাখৰ
চুমি বাখৰ হ'ল পাথৰ
মিঠা মাতৰ মিঠা আদৰ
মিঠা আঘাত হ'ল প্ৰাণৰ
নিনাদৰে আবাহনী বিয়পায়
কপি কপি কান্দি উঠা কলিজাইআজি
পৃথিৱী কঁপায়
পৃথিৱী কঁপায়
For More Assamese Lyrics Visit MelodyAxom.in
FAQs for Amanixa Xare Ase Lyrics
Q1. Who is the Singer of Amanixa Xare Ase Song?
Ans: Zubeen Garg is the Singer of Amanixa Xare Ase Song.
Q2. Amanixa Xare Ase Song was from which Album?
Ans: Amanixa Xare Ase Song was from Zubeen Garg Superhit Album "Rumal".

0 Comments