Tumi Tumi Loga (তুমি তুমি লগা) Lyrics- David Chandan Gogoi
Singer - David Chandan Gogoi
Mix & Mastering - Palash Gogoi
Music - Sayuj Nehal
Lyrics & tune - Partha Priyom Gogoi
Flute - Anjan Medhi
তুমি তুমি লগা Lyrics
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মোৰো মোৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মোৰো মোৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
সৈ তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ'লে ই হৱ জীৱন আধৰুৱা
সৈ তুমি তুমি লগা কি যে মিঠা ভাল পোৱা
তুমি নহ'লে ই হৱ জীৱন আধৰুৱা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মোৰো মোৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
বাদ্যযন্ত্ৰ 🎶
হেঁপাহ ৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয়
তোমাক পাবলে
অ অ অ.....
হেঁপাহ ৰে নদী খন বৈ তোমালে
উশাহ বোৰো গভীৰ হয়
তোমাক পাবলে
তুমি জানা আসে পাসে
তুমি নো থাকা
তুমি ভাবানে বাৰু
মোৰেনো কথা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
বাদ্যযন্ত্ৰ 🎶
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
যৌৱনৰে কিনো ভাটি বেলা
সপোনৰে কিনো অগা দেৱা
আবেগে আবেগে তুমি কাষতে ৰলা
তুমি ভাবানে ৱাৰু মোৰে নো কথা
তোমাৰ প্ৰেমত পৰো পৰো
লাগে মৰো মৰো
তুমি নাভাবিলে মইও তোমাৰ কথা ভাবোঁ
বাদ্যযন্ত্ৰ 🎶
কথা:- তুমি তুমি লগা ভাবনাবোৰত ,
তোমাকে বিচাৰি পাওঁ,
তুমি আহিবা মোৰ বুকুলৈ,
মাথো তুমি তুমি হৈ।
ধন্যবাদ !!!
Tumi Tumi Loga Lyrics
Tumar Prem Ot Poru Poru
Lage Moru Moru
Tumi Navabile Moi
Tumar Kotha Vabu
Tumar Prem Ot Poru
Poru
Lage Moru Moru
Tumi Navabile Moi
Tumar Kotha Vabu
Kou Tumi Tumi Loga
Ki Je Mitha Val Puwa
Tumi Nohole Ai
Hobo Jiboi Adhoruwa
Tumar Prem Ot Poru
Poru
Lage Moru Moru
Tumi Navabile Moi
Tumar Kotha Vabu
Music 🎶
Hepahore Nodi Khon
Boi Tumale
Ukhah Buru Gohin
Hoi
Tumak Pabole
Oo Oo Oo...
Hepahore Nodi Khon
Boi Tumale
Ukhah Buru Gohin
Hoi
Tumak Pabole
Tumi Janu Akhe
Pakhe
Tumi Nu Thaka
Tumi Vaba Ne Baru
Mureno Kotha
Tumar Prem Ot Poru
Poru
Lage Moru Moru
Tumi Navabile Moi
Tumar Kotha Vabu
Music 🎶
Joubon Re Kino
Vati Bela
Khopuno Re Kino
Oga Dewa
Joubon Re Kino
Vati Bela
Khopuno Re Kino
Oga Dewa
Abege Abege Tumi
Kakhote Rola
Tumi Vabane Baru
Murenu Kotha
Tumar Prem Ot Poru
Poru
Lage Moru Moru
Tumi Navabile Moi
Tumar Kotha Vabu
Music
Poem:- Tumi Tumi Loga Vabona Burot,
Tumake Bisari
Paou,
Tumi Ahiba Mour
Bukuloi,
Mathu Tumi Tumi
Hoi.
Thank You!!!

0 Comments